গাঁৱলীয়া ঘৰখনৰ ন-বোৱাৰীজনীয়ে বজাৰলৈ যায ওলোৱা শহুৰেকক ক'লে," দেউতা, ঘৰত ইলাচী নাই ৷ লৈ আহিব৷"
শহুৰেকে বোৱাৰীয়েকক কাষলৈ মাতি বুজাই ক'লে যে তাইৰ শাহুৱেকৰ নাম ' ইলাচী', গতিকে সৰুৱে ডাঙৰৰ নাম কঢ়া নিষেধ৷
বোৱাৰীয়েকে তেনে ভুল আগলৈ নকৰাৰ প্ৰতিশ্ৰুতি দিলে৷
কিছু দিনৰ পিচত শহুৰেক বজাৰলৈ যাবৰ সময়ত বোৱাৰীয়েকে মাত লগালে, "দেউতা, ঘৰত মা শেষ হ'ল, বজাৰৰ পৰা লৈ আহিব৷"

No comments:
Post a Comment