বিদ্যালয় এখনৰ শ্ৰেণী কোঠাত অঙ্ক শিক্ষকে এটা জটিল অঙ্ক বুজাই থকাৰ সময়ত শেষৰ বেঞ্চৰ চুকত বহি ধনায়ে নিগনি এটা গাঁতত ওলোৱা সোমোৱা কৰি থকা মনোযোগেৰে চাই আছিল৷
বহুপৰ অঙ্কটো বুজাই শিক্ষকজনে ছাত্ৰসকলক উদ্দেশ্যি ক'লে, " মূৰত কিবা সোমাইছেনে? "
ধনায়ে খপজপকৈ থিয় হৈ ক'লে, " ছাৰ, মূৰটো সোমাইছে; কিন্তু নেজডাল সোমোৱা নাই৷"
উত্তৰ শুনি সকলো অবাক৷
বহুপৰ অঙ্কটো বুজাই শিক্ষকজনে ছাত্ৰসকলক উদ্দেশ্যি ক'লে, " মূৰত কিবা সোমাইছেনে? "
ধনায়ে খপজপকৈ থিয় হৈ ক'লে, " ছাৰ, মূৰটো সোমাইছে; কিন্তু নেজডাল সোমোৱা নাই৷"
উত্তৰ শুনি সকলো অবাক৷
No comments:
Post a Comment