অঞ্চলটোৰ গভাইত চোৰ কেৰকণে সন্ধ্যা সময়তে যদুৰামৰ ঘৰৰ বিছনাৰ তলত অৱস্থান কৰি দুপৰ নিশা চুৰি কাৰ্য সমাপনৰ বাবে মহৰ কামোৰ খাই বৰ কষ্টেৰে অপেক্ষা কৰি ৰ'ল৷
পিচে, ভৱা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি৷ পৰীক্ষা থকা বাবে মাজ নিশাৰ পিচতো যদুৰামৰ জীয়েকে পঢ়া টেবুল নেৰা হ'ল৷
কেৰকণৰ ধৈৰ্যৰ বান্ধ চিগিল আৰু তাৰ ছোৱালীজনীৰ ওপৰত খং উঠি গ'ল৷ তৎক্ষণাত সি বিছনাৰ তলৰ পৰা ওলাই ছোৱালীজনীৰ গালত এটা কাণতলীয়া চৰ সোধাই ক'লে, " গোটেই বছৰটো কি কৰ? পৰীক্ষাৰ আগত যে নকল লিখি মৰ? "
ছোৱালীজনীয়াে হতভম্ব হৈ পৰি বোবাৰ দৰে বহি থাকিল৷ এই সুযোগতে চোৰ কেৰকশে দুৱাৰ খুলি বাহিৰ ওলাই অন্ধকাৰত মিলি গ'ল৷
----+++--------

No comments:
Post a Comment