তেজপুৰৰ মানসিক ৰোগ চিকিৎসালয়ত এজন মানসিক ৰোগীয়ে এখন পকী দেৱালত কাণ এখন লগাই কিবা শুনি থকা প্ৰত্যক্ষ কৰি এজন বাটৰুৱা আহি তেওঁৰ ওচৰলৈ আহি দেৱালত কাণ দি থাকিল৷
বহুপৰ মানুহজনে কাণপাতি থাকি বিৰক্ত হৈ বাটৰুৱাজনে ক'লে, " হেৰা, তুমি কি শুনি আছা হে? মই ইমানপৰে একোৱে নুশুনিলো দেখোন৷
তেতিয়া মানসিক ৰোগীজনে গহীনাই উত্তৰ দিলে, "মই আজি এবছৰেও কাণ পাতি থাকি একো শুনা নাই, আপুনি আকৌ ক'ৰ পৰা ওলালহি ক্ষন্তেকতে কিবা শুনিবলৈ? "
--------------++++++--------

No comments:
Post a Comment