বেংকৰ কেছিয়াৰৰ খিড়িকীৰ সমুখত থিয় দি থকা গ্ৰাহকজনক কেছিয়াৰে ক'লে, " টকা নাই৷"
গ্ৰাহক-- মোদীয়ে নীৰব মোদী আৰু মালিয়াহঁতক আৰু টকা দিয়ক৷ টকা লৈ বিদেশলৈ পলাওক, ক'ৰ পৰা বেংকত টকা থাকিব৷
কেছিয়াৰে খিড়িকীৰে হাত বাই গ্ৰাহকজনৰ ডিঙিটো মুচৰি ক'লে," বেংকত টকা আছে, চাল্লা ভিক্ষাৰী, তোৰ একাউন্টতহে টকা নাই৷"

No comments:
Post a Comment