নৱ- বিবাহিত এক দম্পতি হাবিৰ মাজৰ বাটেৰে খোজ কাঢ়ি গৈ আছিল৷ এনেতে গছৰ ডালত বহি থকা বান্দৰবোৰ দেখি পত্নীক ইতিকিং কৰাৰ ইচ্ছা জাগি উঠিল পতিৰ৷
পতি-- ( বান্দৰবোৰ পত্নীক দেখুৱাই ) সেইসকল তোমাৰ মিতিৰ কুটুম৷
পত্নী--( লগে লগে) আপোনাৰ ফালৰ মিতিৰ কুটুমসকলক চিনাকি কৰি দিয়া বাবে ধন্যবাদ জনালো৷
হে হে।
ReplyDelete